উদ্ধাৰউদ্ধাৰ-কৰ্তা

উদ্ধাৰ কৰ্ (Assamese) [ Roman: ud.dhar kor]
Contributed by: Bikram M Baruah on 2006-09-20
1. (Verb-Trans.) to transport somebody from a dangerous or trapped location to a safer location কোনো ব্যক্তিক বিপদজনক বা অৱৰুদ্ধ অৱস্থাৰ পৰা আঁতৰাই সুৰক্ষিত স্থানলৈ অনা

Contributed by: Sudipta Kumar Gogoi on 2006-09-20
2. (Verb-Trans.) to find something back সহে ঢুকি নোপোৱা ঠাইৰ পৰা ওলিয়াই আন৷